আজি মোৰ's image
1 min read

আজি মোৰ

Hiren BhattacharyyaHiren Bhattacharyya
0 Bookmarks 230 Reads0 Likes

আজি মোৰ
এন্ধাৰতে টোপনি ভাগিল |

স্বপ্নৰ পাপৰি
এটি এটি কৰি সৰি পৰি ৰ'ল
যেন পলাতকা পৰীৰ কৰবীৰ ফুল !
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল;

আৰু, অপসৃয়্মাণ ছায়াৰ দৰে
সপোনৰ কোমল কৌতূহল !

No posts

Comments

No posts

No posts

No posts

No posts